পয় (Assamese) [ Roman: po.yo]
    Contributed by: Anjali Sonowal on 2008-09-18
    1. (Material Noun-Neuter) A clear, colorless, odorless, and tasteless liquid, H2O, essential for most plant and animal life. প্ৰায় সকলো উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য্য স্বচ্ছ, বৰণহীন, গন্ধহীন আৰু স্বাদহীন জুলীয়া পদাৰ্থ

    পয় (TAI-Ahom) [ Roman: poi]
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2008-10-18
    2. (Abstract Noun) the social institution under which a man and woman establish their decision to live as husband and wife by legal commitments, religious ceremonies, etc. ন্যায়িক প্ৰক্ৰিয়া, ধৰ্মীয় অনুষ্ঠান আদিৰ যোগেদি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে স্বামী-স্ত্ৰী ৰূপে জীৱন কটোৱাৰ সিদ্ধান্ত ৰূপায়িত কৰাৰ বাবে পতা এক সামাজিক অনুষ্ঠান