थाबै (Bodo) [ Roman: tha.bwi]
Contributed by: Karishma Boro on 2023-03-29
1. (Adverb) within a short period after a given event. কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
English:
Assamese:
অচিৰতে অচিৰাৎ অচিৰে অচিৰেই অনতিপলমে অনতিবিলম্বে অনন্তৰ অবিলম্বে আশু এতিক্ষণে এতিয়াই ক্ষন্তেকতে গপাতকে bo চকুৰ পচাৰতে চমিকি জটৰাই জান্তে ততালিকে তত্কালতে তত্কালে তদ্দণ্ডে তাৎক্ষণিক তিন-তিলিকতে তিন্টলকতে তিলিকতে তুৰন্তে তেতিক্ষণে তেতিয়াই তৎকালিক তৎকালীন তৎক্ষণাৎ তৎমুহূৰ্ততে থিতাতে থিতাদহে দপাটকৈ নিমিষতে পচাৰতে পোনছাটে পোনছাটেই পোনদাহে বিদ্যুৎ-সঞ্চাৰে বেগতে বেগেতে ভʼউতকে bo মাত্ৰকে মাত্ৰেই মুহূৰ্ততে লগে লগে শীঘ্ৰে সতৰাই সোনকালে হাতে হাতে
Nagamese:
TAI-Ahom:
Related Idea:
a. Adverb: hastilyquicklyrapidlyspeedilyswiftly...Contributed by: Karishma Boro on 2023-04-04
2. (Adverb) Before the due, usual or expected time (occured in the past or future). উপযুক্ত, স্বাভাৱিক বা আশা কৰা সময়তকৈ আগেয়ে (অতীত বা ভৱিষ্যতত হোৱা)।