তাৎক্ষণিক (Assamese) [ Roman: tat.khyo.nik]
adv: তাৎক্ষণিকভাৱে
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-12
1. (Adverb) within a short period after a given event. কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
English:
Assamese:
অচিৰতে অচিৰাৎ অচিৰে অচিৰেই অনতিপলমে অনতিবিলম্বে অনন্তৰ অবিলম্বে আশু এতিক্ষণে এতিয়াই ক্ষন্তেকতে গপাতকে bo চকুৰ পচাৰতে চমিকি জটৰাই জান্তে ততালিকে তত্কালতে তত্কালে তদ্দণ্ডে তাৎক্ষণিক তিন-তিলিকতে তিন্টলকতে তিলিকতে তুৰন্তে তেতিক্ষণে তেতিয়াই তৎকালিক তৎকালীন তৎক্ষণাৎ তৎমুহূৰ্ততে থিতাতে থিতাদহে দপাটকৈ নিমিষতে পচাৰতে পোনছাটে পোনছাটেই পোনদাহে বিদ্যুৎ-সঞ্চাৰে বেগতে বেগেতে ভʼউতকে bo মাত্ৰকে মাত্ৰেই মুহূৰ্ততে লগে লগে শীঘ্ৰে সতৰাই সোনকালে হাতে হাতে
Nagamese:
TAI-Ahom:
Related Idea:
a. Adverb: hastilyquicklyrapidlyspeedilyswiftly...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-05-14
2. (Proper Adj.-Neuter) taking place or accomplished without delay: an immediate reaction বিলম্ব নোহোৱাকৈ বা নকৰাকৈ হোৱা বা কৰা; যেনেঃ তাৎক্ষণিক প্ৰতিক্ৰিয়া