তৎকালীন (Assamese) [ Roman: tot.ka.lin]
adv: তৎকালীনভাৱে
Contributed by: Biraj Kumar Kakati on 2008-04-15
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Adverb) within a short period after a given event. কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।English:
Assamese:
অচিৰতে অচিৰাৎ অচিৰে অচিৰেই অনতিপলমে অনতিবিলম্বে অনন্তৰ অবিলম্বে আশু এতিক্ষণে এতিয়াই ক্ষন্তেকতে গপাতকে bo চকুৰ পচাৰতে চমিকি জটৰাই জান্তে ততালিকে তত্কালতে তত্কালে তদ্দণ্ডে তাৎক্ষণিক তিন-তিলিকতে তিন্টলকতে তিলিকতে তুৰন্তে তেতিক্ষণে তেতিয়াই তৎকালিক তৎকালীন তৎক্ষণাৎ তৎমুহূৰ্ততে থিতাতে থিতাদহে দপাটকৈ নিমিষতে পচাৰতে পোনছাটে পোনছাটেই পোনদাহে বিদ্যুৎ-সঞ্চাৰে বেগতে বেগেতে ভʼউতকে bo মাত্ৰকে মাত্ৰেই মুহূৰ্ততে লগে লগে শীঘ্ৰে সতৰাই সোনকালে হাতে হাতে
Nagamese:
TAI-Ahom:
Related Idea:
a. Adverb: hastilyquicklyrapidlyspeedilyswiftly...Contributed by: Bikram M Baruah on 2008-04-15
2. (Proper Adj.) refers to a time being refered in the past. অতীতৰ কোনো এক সময়ৰ