ইয়াক (Assamese) [ Roman: i.yak]
1. (Pronoun) Denotes a person or thing; use to indicate the person/object which is nearer. মানুহ অথবা আন কোনো বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ ব্যৱহাৰ হয়; সাধাৰণতে নিকটবৰ্তী জন/টোক বুজোৱা হয় ৷
ইয়াক (Bangla)
2. Animal(Common Noun) a large, stocky, shaggy-haired wild ox, Bos grunniens, of the Tibetan highlands, having long, curved horns পামিৰ মালভূমি, তিব্বত আদি উচ্চ অঞ্চলত পোৱা গৰু জাতীয় ৰোমশ, ভাৰবাহী আৰু দুগ্ধোত্পাদক বনৰীয়া জন্তু বিশেষ
English:
Assamese:
Bodo:
Mising:
Khasi:
Dimasa: