উভাল্‌ (Assamese) [ Roman: u.bhal]
    pp: উভালি পেলা
    Contributed by: Rupankar Mahanta on 2006-12-22
    1. (Verb-Trans.) to pull off or out from the place of growth. গজা বা বিকশিত হোৱা ঠাইৰ পৰা জোৰ কৰি উঠাই পেলোৱা।