কল্প (Assamese) [ Roman: kol.po]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-01
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) a longing or craving, as for something that brings satisfaction or enjoyment কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধContributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-21
Ref: চন্দ্ৰকান্ত অভিধান
2. (Abstract Noun) a day and night of Brahma, which amounts to 1,000 yugas or 4,320,000,000 years হিন্দু শাস্ত্ৰমতে ব্ৰহ্মাৰ এদিন আৰু এৰাতি অৰ্থাত্ 1000 যুগ বা 4,320,000,000 বছৰAssamese:
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-06
3. Hinduism(Abstract Noun) One of the six disciplines of Vedanga, treating ritual. বেদাংগৰ ছটা ভাগৰ এটা৷ ৰীতি-নীতি সম্পৰ্কীয় জ্ঞান৷