ধাৰাবাহিক (Assamese) [ Roman: dha.ra.ba.hik]
    adv: ধাৰাবাহিকভাৱে
    1. (Abstract Noun) anything published, broadcast, etc., in short installments at regular intervals নিৰ্দ্দিষ্ট সময়ৰ অন্তৰে-অন্তৰে খণ্ড-খণ্ডকৈ প্ৰকাশিত অথবা অনাতাঁৰ বা দূৰদৰ্শন যোগে সম্প্ৰচাৰিত লিখনী, নাটক আদি
    Contributed by: Vrigu Kr Borah on 2006-03-18
    Ref: আধুনিক অসমীয়া শব্দকোষ
    2. (Proper Adj.-Common) Uninterrupted in time and indefinitely long continuing. একেৰাহে বহুত সময় ধৰি চলি থকা|