নিষ্কৃতি (Assamese) [ Roman: nis.kri.ti]
    Contributed by: Anjali Sonowal on 2009-12-03
    1. (Verbal Noun) the act of fleeing/escape. পলোৱা বা সাৰি যোৱা কাৰ্য্য।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-14
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Verbal Noun) the act of transporting somebody from a dangerous or trapped location to a safer location কোনো ব্যক্তিক বিপদজনক বা অৱৰুদ্ধ অৱস্থাৰ পৰা আঁতৰাই সুৰক্ষিত স্থানলৈ অনা কাৰ্য্য