escape (English) [ IPA: ɪsˈkeɪp ASM: এস্কেইপ]
1. (Verbal Noun) the act of fleeing/escape. পলোৱা বা সাৰি যোৱা কাৰ্য্য।
2. (Verb-Trans.) to run away from (a place, danger, etc) (কোনো ঠাই, বিপদ আদিৰ পৰা) সন্তৰ্পণে আঁতৰি যোৱা
3. (Abstract Noun) the act of being away from something আঁতৰি বা এৰি অহা কাৰ্য্য