নিৰ্দেশ (Assamese) [ Roman: nir.dex]
    alt: নিৰ্দ্দেশ
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-27
    1. (Abstract Noun) an authoritative direction or instruction. এক কৰ্ত্তৃত্বদৰ্শী নিৰ্দ্দেশনা বা শাসনৰ সুৰত দিয়া নিৰ্দেশ।
    Contributed by: Bikram M Baruah on 2008-11-23
    2. (Abstract Noun) an advice to carry out a task. কোনো কাম কৰাৰ বাবে দিয়া পৰামৰ্শ।