ফাল্ (Assamese) [ Roman: phal]
Contributed by: Krishangi Gogoi on 2021-11-22
1. (Verb-Trans.) To pull apart or in pieces by force. বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
ফাল (Assamese) [ Roman: phal]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-26
Ref: চন্দ্ৰকান্ত অভিধান
2. (Abstract Noun) the line along which anything lies, faces, moves, etc. কোনো বস্তু যি ৰেখাত অৱস্থিত, অথবা যি ৰেখাৰ ফালে মুখ কৰি আছে বা গতি কৰিছে| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-11
3. (Material Noun-Neuter) the broad curved blade of a plough which slices the furrow. নাঙলৰ তলফালে থকা বহল, বক্ৰ আৰু আগজোঙা ধৰাল লোহাৰ ফলক| ইয়াৰ সহায়ত মাটি চহোৱা হয়|
English:
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-11
4. (Verb-Trans.) To pull apart or in pieces by force. বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
Contributed by: Bikram M Baruah on 2009-04-04
5. (Verb-Trans.) to make a long cut of things. কোনো বস্তু দীঘলকৈ টুকুৰা কৰা|