All>Science and Technology>Geography>Hill-Mountain

Items in Hill-Mountain


1. Hill-Mountain(Proper Noun) The tallest mountain range of the world, located north of India. ভাৰতবৰ্ষৰ উত্তৰ সীমাত থকা, কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ বিয়পি থকা পৰ্বতমালা।
English: Himalaya,
Assamese: অচলপতি, অচলাধিপ, অদ্ৰিৰাজ, অদ্ৰীশ, উত্তৰাচল, গিৰিৰাজ, গিৰীন্দ্ৰ, গিৰীশ, তুষাৰনাথ, তুষাৰস্তুপ, নগপতি, নগাধিপ, নগেন্দ্ৰ, নগৰাজ, পৰ্বতপতি, পৰ্বতৰাজ, শৈল-ৰাজ, শৈলেন্দ্ৰ, হিমগিৰি, হিমশৈল, হিমাচল, হিমাদ্ৰি, হিমালয়

2. Religious-MythologicalHill-Mountain(Proper Noun) Name of a mountain said to have been used as the churning rod in churning the ocean by the gods and demons. সাগৰ মথোঁতে দেৱাসুৰে মথনী-স্বৰূপে ব্যবহাৰ কৰা এখন পৰ্ব্বত ৷
English: Mandar,
Assamese: মন্দৰ,
Bangla: মন্দার

3. Hill-Mountain(Proper Noun-Neuter) A steep and narrow valley between two hills or mountains, typically with steep rocky walls and a stream running through it. দুই পাহাৰ বা পৰ্বতৰ মাজৰ ঠেক, দ’ উপত্যকা অঞ্চল; সাধাৰণতে কাষত ওখ শিল থাকে আৰু তাৰ পাহাৰীয়া জুৰি বৈ যাব পাৰে ৷
English: gorge,
Assamese: কুৰুং,
Garo: gitok

4. Hill-Mountain(Common Noun-Neuter) a route through a mountain range or over a ridge এলানি পৰ্ব্বতৰ মাজৰ ঠেক পথ
English: mountain pass,
Assamese: গিৰি-সংকট, গিৰি-সঙ্কট, গিৰিপথ

5. Hill-Mountain(Proper Noun-Neuter) a range of mountains that were mentioned in the Matsya Purana, the Kurma Purana, and the epics of the Ramayana and the Mahabharata. These mountains are believed to have formed the Southernmost part of the Western Ghats, modern day Kerala. মৎস্য-পুৰাণ, কুৰ্ম-পুৰাণ, ৰামায়ণ, মহাভাৰত আদিত উল্লেখ থকা এটা পৰ্বতৰ নাম; পশ্চিমঘাট পৰ্বত অথবা বৰ্তমানৰ কেৰেলা ৰাজ্যৰ দক্ষিণ প্ৰান্তত অৱস্থিত আছিল বুলি বিশ্বাস কৰা হয়৷
English: Malaya Mountains,
Assamese: মলয়-পৰ্বত, মলয়াচল

6. Hill-Mountain(Proper Noun-Neuter) The Alps are one of the great mountain range systems of Europe stretching approximately 1,200 kilometres (750 mi) across eight Alpine countries fromAustria and Slovenia in the east, Switzerland, Liechtenstein, Germany, andFrance to the west, and Italy and Monaco to the south. ইউৰোপৰ এক উল্লেখযোগ্য পৰ্বতমালা৷
English: alps,
Assamese: অল্পচ, আল্পচ

7. Hill-Mountain(Proper Noun-Common &/or Masculine) A hill range in Assam Manipur border. অসম মনিপুৰৰ সীমাত অৱস্থিত এক পৰ্বতমালা।
English: Barail,
Assamese: বৰাইল

8. Hill-Mountain(Proper Noun-Neuter) A range of hills deviding Assam and Myanmar ranging from Arunachal, Assam and Nagaland. পাটকাই হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত পৰ্বতমালা৷ ই জৈৱ-বৈচিত্ৰৰে চহকী ঘন চিৰ সেউজীয়া বৰ্ষাৰণ্যৰে ভৰা এক অঞ্চল৷ কেইবাটাও জনগোষ্ঠীয়েও এই অঞ্চলত বসবাস কৰে৷ পাটকাই পৰ্বত অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ উপৰিও ম্যানমাৰ দেশলৈ বিস্তৃত হৈ আছে৷ 
English: Patkai,
Assamese: পাটকাই

9. Hill-Mountain(Proper Noun-Neuter) The Rocky Mountains are part of the longest mountain range in the world. They run down the western part of North America, from Alaska to Mexico and continue as the Andes Mountains in South America. উত্তৰ আমেৰিকাত থকা পৃথিবীৰ এলানি দীঘল পৰ্বতমালা৷ প্ৰায় ৫০০০ কিলোমিটাৰ দীঘল৷
English: Rocky Mountains,
Assamese: ৰকি, ৰকি পৰ্বতমালা

10. Hill-Mountain(Proper Noun-Neuter) The Andes is the longest continental mountain range in the world. It is a continual range of highlands along the western coast of South America. This range is about 7,000 km (4,300 mi) long, about 200 km (120 mi) to 700 km (430 mi) wide (widest between 18° south and 20° south latitude), and of an average height of about 4,000 m (13,000 ft). The Andes extend from north to south through seven South American countries: Venezuela, Colombia, Ecuador, Peru, Bolivia, Chile, and Argentina. দক্ষিণ আমেৰিকাত থকা পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা৷ প্ৰায় ৭০০০ কিলোমিটাৰ দীঘল৷
English: Andes,
Assamese: এণ্ডিজ, এণ্ডিজ পৰ্বতমালা

11. Hill-Mountain(Proper Noun-Neuter) Mount Everest, also known in Nepal as Sagarmatha and in Tibet as Chomolungma, is Earth`s highest mountain. It is located in the Mahalangur section of the Himalayas হিমালয়ত অৱস্থিত পৃথিৱীৰ সৰ্বোচ শৃংগ৷
English: Everest, Mount Everest,
Assamese: এভাৰেষ্ট, এভাৰেষ্ট শৃংগ, সাগৰমাথা

12. Hill-Mountain(Proper Noun-Neuter) The Satpura Range is a range of hills in central India. The range rises in eastern Gujarat state near the Arabian Sea coast, running east through the border of Maharashtra and Madhya Pradesh to the east till Chhattisgarh. The range parallels the Vindhya Range to the north মধ্য ভাৰতত গুজৰাটৰ পৰা চটিশগড় পয্যন্ত এলানি পৰ্বত৷ ইয়াৰ উত্তৰত বিন্ধ্য পৰ্বতমালো৷
English: Satpura, Satpura Range,
Assamese: সাতপুৰা, সাতপুৰা পৰ্বতমালা

13. Hill-Mountain(Proper Noun-Neuter) The Vindhya Range refers to a complex, discontinuous chain of mountain ridges, hill ranges, highlands and plateau escarpments in west-central India. বিন্ধ্য পৰ্বতমালা মধ্য আৰু পশ্চিম ভাৰতৰ পৰ্বতমালা৷ আৰ্য্যাৱৰ্ত আৰু দক্ষিণ ভাৰতৰ সীমা বুলি ধৰা হয়৷ পৌৰাণিক আখ্যানত ঘনাই উল্লেখ আছে৷
English: Vindhya Range,
Assamese: বিন্ধ্য, বিন্ধ্য পৰ্বতমালা

14. Hill-Mountain(Proper Noun-Neuter) is an 800-kilometre-long (500 mi) mountain range that stretches between central Afghanistan and northern Pakistan. It is a western subrange of the Himalayas. আফগানিস্তান আৰু উত্তৰ পাকিস্তানৰ মাজত থকা ৮০০ কিলোমিটাৰ দীঘল পৰ্বতমালা৷
English: Hindu Kush,
Assamese: হিন্দুকোষ, হিন্দুকোষ পৰ্বত

15. Hill-Mountain(Proper Noun-Neuter) A range of mountains in western India running approximately 692 km in a northeastern direction across Indian states of Gujarat, Rajasthan, Haryana and Delhi. গুজৰাট, ৰাজস্থান, হাৰিয়ানা আৰু দিল্লী পৰ্যন্ত উত্তৰপূৱ দিশলৈ প্ৰায় ৬৯২ কিলোমিটাৰ বিস্তৃত পশ্চিম ভাৰতৰ এটা পৰ্বত শৃংখল৷
English: Aravalli Range,
Assamese: আৰাৱলী, আৰাৱলী পৰ্বত মালা

16. Hill-Mountain(Material Noun-Neuter) A hill mentioned in great Sanskrit epic Ramayana and Mahabharata. ৰামাযণত উল্লেখিত, হনুমানে বিশল্যকৰণী বিচৰি যোৱা পৰ্বত৷ মহাভাৰতত থকা মতে এইখন পাহাৰতে দ্ৰোণাচাৰ্য্যই শিবিৰ পাতাছিল৷
English: Gandhamadan hill,
Assamese: গন্ধমাদন, দ্ৰোণগিৰি, মহোদয় পৰ্বত

17. Hill-Mountain(Proper Noun-Neuter) A hill in Guwahati city where Guwahati Medical College is situated গুৱাহাটীত থকা অসম চিকিত্সা মহাবিদ্যালয় যিটো পাহাৰত অৱস্থিত, সেই পাহাৰৰ নাম৷
English: Narakasur hill,
Assamese: নৰকাসুৰ পাহাৰ

18. Hill-Mountain(Proper Noun-Neuter) A hill in Guwahati city where Gandhi Mandap is situated গুৱাহাটীৰ গান্ধী মণ্ডপ যিটো পাহাৰত অৱস্থিত, সেই পাহাৰৰ নাম৷
English: Sharaniya hill,
Assamese: শৰণীয়া পাহাৰ

19. Hill-Mountain(Proper Noun-Neuter) A hill in Guwahati city where Kamakya Mandir is situated গুৱাহাটীৰ কামাখ্যা মন্দিৰ যিটো পাহাৰত অৱস্থিত, সেই পাহাৰৰ নাম৷
English: Nilachal, Nilachal hill,
Assamese: নীলাচল, নীলাচল পাহাৰ

20. Hill-Mountain(Proper Noun-Neuter) A hill in Guwahati city where Navagraha Mandir is situated. গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ যিটো পাহাৰত অৱস্থিত, সেই পাহাৰৰ নাম৷
English: Chitrachal, Navagraha hill,
Assamese: চিত্ৰাচল, চিত্ৰাচল পাহাৰ, নৱগ্ৰহ পাহাৰ

21. Hill-Mountain(Proper Noun-Neuter) The Khyber Pass is a mountain pass connecting Afghanistan and Pakistan, cutting through the northeastern part of the Spin Ghar mountains. An integral part of the ancient Silk Road, it is one of the oldest known passes in the world. আফগানিস্তান পাকিস্তান সংযোগী স্পিন পৰ্বতমালাত থকা পথ৷ পৃথিৱীৰ প্ৰাচীনতম ৰেচম পথ৷
English: Khyber Pass,
Assamese: খাইবাৰ গিৰিপথ

22. Hill-Mountain(Proper Noun-Common &/or Masculine) the Western ghats. দাক্ষিণাত্যৰ পশ্চিমঘাট পৰ্বত৷
Assamese: মলয়