Dictionary entry:
Adi(Language: English; IPA: [IPA]; Assamese: আদি)Meaning 1:
Sociology(Common Noun) A major tribe of Arunachal Pradesh.
আদি জনগোষ্ঠীৰ লোকসকলৰ দুটা বিভাগ আছে: ব’গোম (Bogum) আৰু ব’মি (Bomi)৷ এইসকলৰ মাজতো বহুতো উপ-জনগোষ্ঠী আছে৷ আনহাতে গাল’ঙ (Gallong) আৰু অন্য সাতটা গোট লগ লাগি আদি জনগোষ্ঠীৰ আনটো অংশ গঠন হৈছে৷ এই জনগোষ্ঠীৰ লোকসকল সাধাৰণতে গণতান্ত্ৰিক প্ৰকৃতিৰ লোক আৰু তেওঁলোকৰ কেবাং (Kebang) নামৰ এখন গাওঁ পৰিষদ থাকে৷ আদি লোকসকলৰ পৰম্পৰাগত নৃত্য হৈছে প’নুঙ ৷ এই নৃত্য সমগ্ৰ অৰুণাচলতে পৰিচিত৷ তেওঁলোকৰ গাঁওসমূহ সাধাৰণতে পাহাৰৰ ওচৰত অৱস্থিত৷ পুৰুষসকলে কেইবাগৰাকী তিৰোতা বিয়া (polygyny) কৰা দেখা যায়৷ কিন্তু একেসময়তে বহু বিবাহ কৰোঁতাৰ (Polyandry) কথা জনা নাযায়৷ আদি জনগোষ্ঠীৰ মহিলাসকল নিপুণ শিপিনী আৰু তেওঁলোকে শিল্পীসুলভ বস্ত্ৰ বয়।
এওঁলোকক আগেয়ে আবৰ বুলি কোৱা হৈছিল।
Dictionary entry:
adi(Language: Mising; Transcription: aa.di)Meaning 1:
Geology(Material Noun) a natural elevation of the earths surface, smaller than a mountain.
পৰ্ব্বততকৈ সৰু ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা ওখ ঠাই।
Related Ideas: 1. mountain অগ অচল অদ্ৰি অৱনীধৰ 2. hilly পাহাৰী পাহাৰীয়া 3. hillock টিলা ঢাপলিকা di:sub chingdum 4. hill range chingsang napom
Meaning 2:
(Abstract Noun) duration for occurence of any particular event
কোনো ঘটনা ঘটাৰ সময় চোৱা৷
Meaning 3:
GeologyGeography(Material Noun) Large natural elevation of the ground that are bigger than hills
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Related Ideas: 1. mountainous পৰ্ব্বতীয়া পার্বত্য 2. hill পাহাৰ हाजो adi ka ri lum
Meaning 4:
(Abstract Noun) form of a verb indicating the time (also the continuance or completeness) of the action
ক্ৰিয়াৰ সময় সূচোৱা ধাতুৰূপ
old=Old / Obsolete Use; pfx=Prefix; phr=Phrase; sci=Scientific; sfx=Postfix/Suffix; xp=Xobdo Prescribed; in=Indian English; uk=British English; us=American English; bo=Borpetia; da=Darangiya; gp=Goalporia; km=Kamrupia; la=Lower Assam; mc=used by Muslim Community / Islamic; sim=Simplified Spelling; tt=used by Tea Tribes; ua=Upper Assam; cb=Cachari Bengali; syl=Sylhati;