Dictionary entry: Adi(Language: English; IPA: [IPA]; Assamese: আদি)


Meaning 1:(Common Noun) A major tribe of Arunachal Pradesh.
আদি জনগোষ্ঠীৰ লোকসকলৰ দুটা বিভাগ আছে: ব’গোম (Bogum) আৰু ব’মি (Bomi)৷ এইসকলৰ মাজতো বহুতো উপ-জনগোষ্ঠী আছে৷ আনহাতে গাল’ঙ (Gallong) আৰু অন্য সাতটা গোট লগ লাগি আদি জনগোষ্ঠীৰ আনটো অংশ গঠন হৈছে৷ এই জনগোষ্ঠীৰ লোকসকল সাধাৰণতে গণতান্ত্ৰিক প্ৰকৃতিৰ লোক আৰু তেওঁলোকৰ কেবাং (Kebang) নামৰ এখন গাওঁ পৰিষদ থাকে৷ আদি লোকসকলৰ পৰম্পৰাগত নৃত্য হৈছে প’নুঙ ৷ এই নৃত্য সমগ্ৰ অৰুণাচলতে পৰিচিত৷ তেওঁলোকৰ গাঁওসমূহ সাধাৰণতে পাহাৰৰ ওচৰত অৱস্থিত৷ পুৰুষসকলে কেইবাগৰাকী তিৰোতা বিয়া (polygyny) কৰা দেখা যায়৷ কিন্তু একেসময়তে বহু বিবাহ কৰোঁতাৰ (Polyandry) কথা জনা নাযায়৷ আদি জনগোষ্ঠীৰ মহিলাসকল নিপুণ শিপিনী আৰু তেওঁলোকে শিল্পীসুলভ বস্ত্ৰ বয়। এওঁলোকক আগেয়ে আবৰ বুলি কোৱা হৈছিল।

Synonym:
English: Adi
Assamese: আদি আবৰ
Space to image of adi



Dictionary entry: adi(Language: Mising; Transcription: aa.di)


Meaning 1:(Material Noun) a natural elevation of the earths surface, smaller than a mountain.
পৰ্ব্বততকৈ সৰু ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা ওখ ঠাই।

Synonym:
English: hill
Assamese: পাহাৰ
Bodo: हाजो
Mising: adi
Khasi: ka ri lum u lum rit
Garo: a.ding a.chu a.bri
Meeteilon: ching
Mizo (Lushai): tlang
Karbi: malong arleng'
Kok-Borok: hapong
Dimasa: hajik
Tai: দই
Bangla: হিল
Rabha: হাছু
Tiwa: hajo makha
Hajong: পাহাড়
Space to image of adi


Related Ideas:
1. mountain অগ অচল অদ্ৰি অৱনীধৰ 2. hilly পাহাৰী পাহাৰীয়া 3. hillock টিলা ঢাপলিকা Di:sub chingdum 4. hill range chingsang napom



Meaning 2:(Material Noun) Large natural elevation of the ground that are bigger than hills
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Space to image of adi


Related Ideas:
1. mountainous পৰ্ব্বতীয়া পার্বত্য 2. hill পাহাৰ हाजो adi ka ri lum



Meaning 3:(Abstract Noun) form of a verb indicating the time (also the continuance or completeness) of the action
ক্ৰিয়াৰ সময় সূচোৱা ধাতুৰূপ

Synonym:
English: tense
Assamese: কাল
Mising: adi
Dimasa: bubli-khosai
Space to image of adi




2006 - 2022 © Xobdo.org