Meaning 1:(Abstract Noun) a period of around 30 days or 4 weeks; there are 12 months in a year. প্ৰায় ৩০ দিন বা ৪ সপ্তাহৰ এছোৱা সময়; এবছৰত ১২ মাহ থাকে ৷
Meaning 2:(Material Noun) the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km). পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ