jumpyjun. kejun

jun (Nagamese)
Contributed by: Mousumi Konwar on 2023-06-24
1. Astronomy(Material Noun-Neuter) the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km). পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
English: moon,
Assamese: অম্বোজ, অম্ভোজ, অৰ্ণৱোদ্ভৱ, ইন্দু, উড়ুপ, ঋক্ষেশ, ঋক্ষৰাজ, কলাধৰ, কলানাথ, কলানিধি, কলাভৃত্, কান্তিভৃত্, কুমুদ-বান্ধৱ, কুমুদনাথ, কুমুদপতি, কৈৰৱী, কৌমুদীপতি, ক্ষীৰাব্ধিজ, ক্ষীৰোদ-নন্দন, চদিৰ, চন্দ্ৰ, চন্দ্ৰক, চন্দ্ৰমা, চন্দ্ৰিমা, চান্দ, ছায়াংক, জোন, জোনবাই, জ্যোৎস্নেশ, তাৰাধিপ, তাৰানাথ, তাৰাপতি, তাৰাপীড়, দাক্ষায়ণী পতি, দ্বিজপতি, দ্বিজেন্দ্ৰ, দ্বিজৰাজ, নভসংগম, নিশাকৰ, নিশাপতি, নিশামণি, নিশাৰত্ন, নিশিকান্ত, নিশিনাথ, পক্ষচৰ, পক্ষজ, পক্ষধৰ, বিধু, মধুকান্ত, মৃগাঙ্ক, যামিনীকান্ত, যামিনীনাথ, যামিনীপতি, যামিনীপ্ৰকাশ, শশধৰ, শশবিন্দু, শশলক্ষণ, শশলাঞ্ছন, শশাংক, শশাঙ্ক, শশী, শীতকিৰণ, শীতময়ুখ, শীতাংশু, শীতৰশ্মি, সিতকৰ, সিতাংশু, সিতৰশ্মি, সিতৰুচি, সুধাংশু, সুধাকৰ, সুধাধাৰ, সুধানিধি, সুধাময়, সোম, হিমকিৰণ, হিমকৰ, হিমাংশু, হৰিণাংক, ৰজনীকান্ত, ৰজনীকৰ, ৰজনীচৰ, ৰজনীনাথ, ৰজনীপতি, ৰজনীশ, ৰজনীসখা, ৰজনীৰাজ, ৰাকেশ, ৰাত্ৰিমণি, ৰাহুল, ৰেবতীৰমন,
Bodo: अखाफोर, अखाफ़ोर, उखुमब्रि,
Mising: p:l,
Khasi: u bnai,
Garo: ja, jajong,
Meeteilon: tha,
Bishnupriya Manipuri: চান্দ,
Mizo (Lushai): thla, thla bi,
Karbi: chiklo, malin, malong, malongding, manai, menai,
Hmar: thla, Thlapa,
Nagamese: chondro, jun, zun,
Dimasa: dain,
Chakma: chan,
Tai: দ্যুন্,
Hindi: कलानिधि, चन्द्रमा, चाँद,
Rabha: ৰাংগ্ৰে,
Tiwa: chonai,
Deori: য়া,
Hajong: চান

Related Idea:

a. Abstract Noun: full moon, ইন্দুমতী, তৈষী, পূৰ্ণচন্দ্ৰ, পূৰ্ণমাসী...

Super Idea:

b. Material Noun-Neuter: moon, satellite, উপগ্ৰহ, চন্দ্ৰ, ग्रहसा...

Contributed by: Mousumi Konwar on 2023-06-24
2. (Pronoun) The person that or any person that (used relatively to represent a specified or implied antecedent). অনিৰ্দিষ্ট কোনো ব্যক্তি |
English: who,
Assamese: যি, যেহি,
Nagamese: jun

Jun (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-13
3. (Proper Noun-Neuter) the sixth month of the Gregorian calendar, between May and July. গ্ৰেগৰীয়ান পঞ্জিকাৰ ষষ্ঠ মাহ, মে` আৰু জুলাইৰ মাজত।
English: June,
Assamese: জুন,
Mising: iyong,
Garo: bandoni,
Dimasa: Jun,
Hindi: जून,
Bangla: জুন