Dictionary entry:
thla(Language: Mizo (Lushai))Meaning 1:
(Material Noun) the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
Related Ideas: 1. full moon ইন্দুমতী পূৰ্ণচন্দ্ৰ পূৰ্ণমাসী পূৰ্ণিমা 2. moon satellite উপগ্ৰহ চন্দ্ৰ upgraha
Dictionary entry:
thla(Language: Hmar)Meaning 1:
(Abstract Noun) a period of around 30 days or 4 weeks; there are 12 months in a year.
প্ৰায় ৩০ দিন বা ৪ সপ্তাহৰ এছোৱা সময়; এবছৰত ১২ মাহ থাকে ৷
Related Ideas: 1. week সপ্তাহ longked chayol rui 2. monthly প্ৰতিমাহে মাসিক মাহটোৱে-প্ৰতি মাহিলি 3. year অব্দ ঋতুচক্ৰ ঋতুবৃত্তি চন
Meaning 2: