te`ottha machet
tha (Meeteilon)
1. (Abstract Noun) a period of around 30 days or 4 weeks; there are 12 months in a year.
প্ৰায় ৩০ দিন বা ৪ সপ্তাহৰ এছোৱা সময়; এবছৰত ১২ মাহ থাকে ৷
English: month,
Assamese: মহিনা, মাস, মাহ,
Bodo: दान,
Mising: p:l, polo,
Khasi: bnai,
Meeteilon: tha,
Bishnupriya Manipuri: মাহা,
Karbi: chiklo,
Kok-Borok: tal,
Hmar: thla,
Dimasa: badain,
Tai: দিন্,
Nepali: महिना,
Tiwa: chonai,

Related Ideas:

a. Abstract Noun: week, সপ্তাহ, সাদিন, सबथा, longked
b. Proper Adj.-Common: monthly, প্ৰতিমাহে, মাসিক, মাহটোৱে-প্ৰতি, মাহিলি
c. Abstract Noun: year, অব্দ, ঋতুচক্ৰ, ঋতুবৃত্তি, চন
2. Astronomy(Material Noun-Neuter) the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
English: moon,
Assamese: অম্বোজ, অম্ভোজ, অৰ্ণৱোদ্ভৱ, ইন্দু, উড়ুপ, ঋক্ষেশ, ঋক্ষৰাজ, কলাধৰ, কলানাথ, কলানিধি, কলাভৃত্, কান্তিভৃত্, কুমুদ-বান্ধৱ, কুমুদনাথ, কুমুদপতি, কৈৰৱী, কৌমুদীপতি, ক্ষীৰাব্ধিজ, ক্ষীৰোদ-নন্দন, চদিৰ, চন্দ্ৰ, চন্দ্ৰক, চন্দ্ৰমা, চন্দ্ৰিমা, চান্দ, ছায়াংক, জোন, জোনবাই, জ্যোৎস্নেশ, তাৰাধিপ, তাৰানাথ, তাৰাপতি, তাৰাপীড়, দ্বিজপতি, দ্বিজেন্দ্ৰ, দ্বিজৰাজ, নভসংগম, নিশাকৰ, নিশাপতি, নিশামণি, নিশাৰত্ন, নিশিকান্ত, নিশিনাথ, পক্ষচৰ, পক্ষজ, পক্ষধৰ, বিধু, মধুকান্ত, মৃগাঙ্ক, যামিনীকান্ত, যামিনীনাথ, যামিনীপতি, যামিনীপ্ৰকাশ, শশধৰ, শশবিন্দু, শশলক্ষণ, শশলাঞ্ছন, শশাংক, শশাঙ্ক, শশী, শীতকিৰণ, শীতময়ুখ, শীতাংশু, শীতৰশ্মি, সিতকৰ, সিতাংশু, সিতৰশ্মি, সিতৰুচি, সুধাংশু, সুধাকৰ, সুধাধাৰ, সুধানিধি, সুধাময়, সোম, হিমকিৰণ, হিমকৰ, হিমাংশু, হৰিণাংক, ৰজনীকান্ত, ৰজনীকৰ, ৰজনীচৰ, ৰজনীনাথ, ৰজনীপতি, ৰজনীশ, ৰজনীসখা, ৰজনীৰাজ, ৰাকেশ, ৰাত্ৰিমণি, ৰাহুল, ৰেবতীৰমন,
Bodo: अखाफोर, अखाफ़ोर, उखुमब्रि,
Mising: p:l,
Khasi: u bnai,
Garo: ja, jajong,
Meeteilon: tha,
Bishnupriya Manipuri: চান্দ,
Mizo (Lushai): thla, thla bi,
Karbi: chiklo, malin, malong, malongding, manai, menai,
Hmar: thla, Thlapa,
Dimasa: dain,
Chakma: chan,
Tai: দ্যুন্,
Hindi: कलानिधि,
Rabha: ৰাংগ্ৰে,
Tiwa: chonai,
Hajong: চান,

Related Ideas:

a. Abstract Noun: full moon, ইন্দুমতী, পূৰ্ণচন্দ্ৰ, পূৰ্ণমাসী, পূৰ্ণিমা
b. Material Noun-Neuter: moon, satellite, উপগ্ৰহ, চন্দ্ৰ, upgraha
Tha (Hmar)
3. (Proper Adj.) having desirable or positive qualities
আশা কৰা ধৰণৰ বা ধনাত্মক গুণ বিশিষ্ট
English: fine, good, nice,
Assamese: ভাল, শুভ, শ্ৰেষ্ঠ, সু,
Bodo: निचे, मोजां,
Mising: aine,
Garo: nama,
Meeteilon: Afaba, aphaba,
Bishnupriya Manipuri: হবা,
Karbi: mesen,
Kok-Borok: Kaham,
Hmar: Tha,
Nagamese: bhal,
Dimasa: hamba, hambi,
Ao: Tajung,
Tai: দি, দী ল্যুঙ্,
Bangla: ভাল,
Nepali: उत्तम, राम्रो, श्रेष्ठ,
Rabha: নেমা,
Tiwa: kumun,
Deori: চ্চু,

Related Ideas:

a. Proper Adj.: bad, অনুত্তম, অপ্ৰশস্ত, আথান, কু
b. Proper Adj.: best, excellent, fantastic, outstanding, prominent