outspreadoval
outstanding (English) [ IPA: æʊtˈstændɪŋ ASM: আউটষ্টেণ্ডিং]
যিটো স্বাভাৱিক বা সাধাৰণ নহয়
English: extraordinary, outstanding, queer,
Assamese: অনন্যসাধাৰণ, অসাধাৰণ, অসামান্য, কিম্ভুত কিমাকাৰ,
English: best, excellent, fantastic, outstanding, prominent, terrific,
Assamese: অতি সুন্দৰ, অত্যুৎকৃষ্ট, অপূৰ্ব, উত্কৃষ্ট, উত্তম, উৎকৃষ্ট, ঋষভ, গৰীয়স, গৰীয়সী, প্ৰকৃষ্ট, প্ৰবৰ, প্ৰশস্ত, প্ৰৱৰ, পৰমোৎকৃষ্ট, পৰাৎপৰ, বঢ়িয়া, বৰিষ্ঠ, মহত্, শ্ৰেষ্ঠ, সৰ্বশ্ৰেষ্ঠ, সৰ্বোত্তম, সৰ্বোৎকৃষ্ট, সৰ্ব্বশ্ৰেষ্ঠ,
Bodo: साबसिन,
Mising: aipakneko,
Meeteilon: athoyba,
Karbi: Kemenei,
Dimasa: hamdaothaoh,
Hindi: उत्कृष्ट, उत्तम, श्रेष्ठ,
Bangla: পরমোত্কৃষ্ট্র,
Tiwa: Pangailo Kroido,
Deori: চ্চু-ৰি, বাচিৰুবা, বৰিয়া-চাৰি,
b. Proper Adj.-Common: inferior, অধইচ, অধম, অধস্য, অপকৃষ্ট
English: golden, outstanding, sublime, supreme,
Assamese: অত্যুত্তম, অনন্য, জাকত-জিলিকা, মূধাফুটা, মূল্যৱান, সোণসেৰীয়া,
Bodo: आद्रा थाबावनाय, जौसिन,
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Proper Adj.-Common) something which is not normal যিটো স্বাভাৱিক বা সাধাৰণ নহয়
Assamese: অনন্যসাধাৰণ, অসাধাৰণ, অসামান্য, কিম্ভুত কিমাকাৰ,
2. (Proper Adj.) Extremely good in quality or characteristics.
অত্যন্ত ভাল গুণাগুণ বা মান বিশিষ্ট।
অত্যন্ত ভাল গুণাগুণ বা মান বিশিষ্ট।
Assamese: অতি সুন্দৰ, অত্যুৎকৃষ্ট, অপূৰ্ব, উত্কৃষ্ট, উত্তম, উৎকৃষ্ট, ঋষভ, গৰীয়স, গৰীয়সী, প্ৰকৃষ্ট, প্ৰবৰ, প্ৰশস্ত, প্ৰৱৰ, পৰমোৎকৃষ্ট, পৰাৎপৰ, বঢ়িয়া, বৰিষ্ঠ, মহত্, শ্ৰেষ্ঠ, সৰ্বশ্ৰেষ্ঠ, সৰ্বোত্তম, সৰ্বোৎকৃষ্ট, সৰ্ব্বশ্ৰেষ্ঠ,
Bodo: साबसिन,
Mising: aipakneko,
Meeteilon: athoyba,
Karbi: Kemenei,
Dimasa: hamdaothaoh,
Hindi: उत्कृष्ट, उत्तम, श्रेष्ठ,
Bangla: পরমোত্কৃষ্ট্র,
Tiwa: Pangailo Kroido,
Deori: চ্চু-ৰি, বাচিৰুবা, বৰিয়া-চাৰি,
Related Ideas:
a. Proper Adj.: fine, good, nice, ভাল, শুভb. Proper Adj.-Common: inferior, অধইচ, অধম, অধস্য, অপকৃষ্ট
3. (Proper Adj.-Neuter) something valuable, special or wonderful.
সোণৰ দৰে বহুমূলীয়া, উত্তম।
সোণৰ দৰে বহুমূলীয়া, উত্তম।
Assamese: অত্যুত্তম, অনন্য, জাকত-জিলিকা, মূধাফুটা, মূল্যৱান, সোণসেৰীয়া,
Bodo: आद्रा थाबावनाय, जौसिन,
4. (Abstract Noun) (of payment, work etc.) not yet paid, done, solved
দিবলৈ থকা পইচা, পৰিশোধ কৰিবলৈ বাকী থকা ঋণ, সমাধান নোহোৱাকৈ থকা সমস্যা ইত্যাদি
দিবলৈ থকা পইচা, পৰিশোধ কৰিবলৈ বাকী থকা ঋণ, সমাধান নোহোৱাকৈ থকা সমস্যা ইত্যাদি