pulishpullap kouba

pull (English) [ IPA: ˈpʊl ASM: পুল]
Contributed by: Bikram M Baruah on 2006-05-29
1. (Verb-Trans.) to bring itself/oneself towards another object/person without physical contact, but by means of an abstract force শাৰীৰিক সান্নিধ্য অবিহনে, কিন্তু এক অদৃশ্য শক্তিৰ জৰিয়তে কোনো বস্তু বা মানুহক আন বস্তু বা মানুহৰ ওচৰ চপাই অনা

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-29
2. (Verb-Trans.) to force sth towards oneself by physically holding it কোনো বস্তুত ধৰি নিজৰ গাৰ ফালে জোৰ দে

Contributed by: Bikram M Baruah on 2010-03-10
3. (Verb-Trans.) To inhale (cigarette, hookah etc) strongly ভাং, ধঁপাতৰ ধোঁৱা দীঘলীয়াকৈ টান্ বা হোঁপা মাৰ্
English: pull,
Assamese: চাত মাৰ্,
Bodo: सोब