trellistremendous
tremble (English) [ IPA: ˈtrembəl ASM: ট্ৰেমবল]
English: quiver, tremble, tremor,
Assamese: আকম্প, কঁপনি, টলবল,
Meeteilon: kibadagi nikpa,
Deori: আমইচা কুৰুবা,
1. (Verbal Noun) Involuntarily shaking with quick, short movements, as from fear, excitement, weakness, or cold
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি মৰা কাৰ্য্য
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি মৰা কাৰ্য্য

Assamese: আকম্প, কঁপনি, টলবল,
Meeteilon: kibadagi nikpa,
Deori: আমইচা কুৰুবা,
Related Ideas:
a. Proper Adj.-Neuter: কম্পমান, থৰহৰি
2. (Verb-Intran.) to shake involuntarily with quick, short movements, as from fear, excitement, weakness, or col
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি খা৷
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি খা৷