quittingquiz
quiver (English) [ IPA: ˈkwɪvər ASM: কুইভাৰ]
English: quiver, tremble, tremor,
Assamese: আকম্প, কঁপনি, টলবল,
Meeteilon: kibadagi nikpa,
Deori: আমইচা কুৰুবা,
English: quiver,
Assamese: ইষুধি, কঁড়ীয়া, চোখৰ, টোণ, টোন, তূণ, তূণী, তূণীৰ, নিষ, নিষংগ, বাণাধাৰ, বাণাধি, বাণাশ্ৰয়, শৰাধাৰ, শৰাশ্ৰয়,
Tai: বক্, মক্,
1. (Verbal Noun) Involuntarily shaking with quick, short movements, as from fear, excitement, weakness, or cold
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি মৰা কাৰ্য্য
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি মৰা কাৰ্য্য

Assamese: আকম্প, কঁপনি, টলবল,
Meeteilon: kibadagi nikpa,
Deori: আমইচা কুৰুবা,
Related Ideas:
a. Proper Adj.-Neuter: কম্পমান, থৰহৰি
2. (Material Noun-Neuter) A case for holding or carrying arrows.
কাঁৰ বা শৰ থোৱা অথবা কঢ়িয়াই নিয়া চুঙ্গা|
কাঁৰ বা শৰ থোৱা অথবা কঢ়িয়াই নিয়া চুঙ্গা|
Assamese: ইষুধি, কঁড়ীয়া, চোখৰ, টোণ, টোন, তূণ, তূণী, তূণীৰ, নিষ, নিষংগ, বাণাধাৰ, বাণাধি, বাণাশ্ৰয়, শৰাধাৰ, শৰাশ্ৰয়,
Tai: বক্, মক্,
3. (Verb-Intran.) to shake involuntarily with quick, short movements, as from fear, excitement, weakness, or col
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি খা৷
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি খা৷