অজমূৰ্খঅজস্ৰ
অজলা (Assamese) [ Roman: o.jo.la]
fm: আজলী
Contributed by: archana rajbongshi on 2006-08-23
English: gullible,
Assamese: অচতুৰ, অজলা, আনাড়ী, আনাৰী, আলাভুলা, আলাভোলা, গোঙা, জপৰ্জল, জপৰ্জলৌ, বুদ্ধু, বেঙা, বেঙেৰা, বেল, বেলপুং, বেলবুং, ভেদেঙা, ভেবা, ভেলেকা, ভেলেঙা, ভোদা, ভোলাভাটৌ, লেবা, সহজ-সৰল, সৰল, হাৰলি, হোজা, হোল-গোঁজ, হোলাৰ ভাই মোলা, হোলোং-গোজ,
Bodo: जामबा, थखायजाग्रा,
Bangla: ভোঁদা, সরল
Contributed by: Bikram M Baruah on 2009-09-12
অজলা (Assamese) [ Roman: o.jo.la]
fm: আজলী
Contributed by: archana rajbongshi on 2006-08-23
1. (Proper Adj.-Common) Too ready to believe others, One who can be tricked easily. যি আনক সহজে বিশ্বাস কৰে, যাক সহজে বিচলিত কৰিব পাৰি৷
Assamese: অচতুৰ, অজলা, আনাড়ী, আনাৰী, আলাভুলা, আলাভোলা, গোঙা, জপৰ্জল, জপৰ্জলৌ, বুদ্ধু, বেঙা, বেঙেৰা, বেল, বেলপুং, বেলবুং, ভেদেঙা, ভেবা, ভেলেকা, ভেলেঙা, ভোদা, ভোলাভাটৌ, লেবা, সহজ-সৰল, সৰল, হাৰলি, হোজা, হোল-গোঁজ, হোলাৰ ভাই মোলা, হোলোং-গোজ,
Bodo: जामबा, थखायजाग्रा,
Bangla: ভোঁদা, সরল
Contributed by: Bikram M Baruah on 2009-09-12
2. (Proper Adj.) simple and direct behavior, lacking the (often artificial) polish and suavity of urban lifestyle. সহজ আৰু পোনপটীয়া আচৰণ, নগৰীয়া জীৱন-ধাৰাৰ (প্ৰায়েই কৃত্ৰিম) মসৃণতা আৰু আভিজাত্য নথকা