হোকাহোজাই

হোজা (Assamese) [ Roman: ho'.ja]
Contributed by: S M Chetri on 2006-08-23
1. (Proper Adj.-Common) Too ready to believe others, One who can be tricked easily. যি আনক সহজে বিশ্বাস কৰে, যাক সহজে বিচলিত কৰিব পাৰি৷

Contributed by: Bikram M Baruah on 2009-09-12
2. (Proper Adj.) simple and direct behavior, lacking the (often artificial) polish and suavity of urban lifestyle. সহজ আৰু পোনপটীয়া আচৰণ, নগৰীয়া জীৱন-ধাৰাৰ (প্ৰায়েই কৃত্ৰিম) মসৃণতা আৰু আভিজাত্য নথকা