অন্বেষণকাৰীঅন্বয়
অন্বেষা (Assamese) [ Roman: on.ne.xa]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-04
English: enquiry, examination, investigation, judge, survey,
Assamese: অনুসন্ধান, অন্বেষা, খোজ-খবৰ, তদন্ত, তহকিত্mc , বিচাৰ-খোঁচাৰ, বুজবিচাৰ, সমীক্ষণ, সূক্ষ্মবিচাৰ,
Bodo: नायबिजिरनाय,
Mising: ing, lupo,
Nagamese: unuhondhan,
Tai: ছক্,
Deori: ইচাৰিবা, চিঁ-জিবা, চিঁমা, চিঁয়া, বিচাৰ-নমা
অন্বেষা (Assamese) [ Roman: on.ne.xa]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-04
1. (Abstract Noun) the act of systematically doing a detailed or careful study or examination for evidence of an act and to ascertain facts কোনো কাৰ্য্যৰ সাক্ষ্য বিছাৰি বা সত্যাসত্য নিৰূপণ কৰাৰ বাবে পদ্ধতিগত ভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণ