exaltexamine

examination (English) [ IPA: ɪgˌzæməˈneɪʃən ASM: এক্সামিনেচন]
1. (Abstract Noun) the act or process of testing pupils, candidates, etc., as by questions প্ৰশ্ন কৰি ছাত্ৰ, প্ৰাৰ্থী আদিৰ জ্ঞান বা পাৰদৰ্শিতা জুখি চোৱা কাৰ্য্য বা প্ৰক্ৰিয়া

Contributed by: Swapnita Kakati on 2006-04-01
2. (Abstract Noun) the act of systematically doing a detailed or careful study or examination for evidence of an act and to ascertain facts কোনো কাৰ্য্যৰ সাক্ষ্য বিছাৰি বা সত্যাসত্য নিৰূপণ কৰাৰ বাবে পদ্ধতিগত ভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণ