অৰ্হণাঅৰ্হত্ব

অৰ্হতা (Assamese) [ Roman: or.ho.ta]
1. (Abstract Noun) the ability of sb to carry out certain task by virtue of knowledge and practice নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা

Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-03-30
2. (Abstract Noun-Neuter) Accomplishments that makes a person suitable for a position or purpose কোনো পদ বা কাৰ্য্যৰ বাবে যোগ্য বিবেচিত হ’বৰ কাৰণে প্ৰয়োজনীয় দক্ষতা