কাৰ্যকাৰিতাকাৰ্যক্ষম

কাৰ্যকুশলতা (Assamese) [ Roman: kar.jo.ku.xo.lo.ta]
alt: কাৰ্য্যকুশলতা
Contributed by: Anjali Sonowal on 2012-02-14
1. (Abstract Noun) the ability of sb to carry out certain task by virtue of knowledge and practice নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা