গুডগুণ কৰ্

গুণ (Assamese) [ Roman: gun]
1. (Abstract Noun) the ability of sb to carry out certain task by virtue of knowledge and practice নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-03-30
2. (Abstract Noun) A feature that helps to identify, tell apart, or describe recognizably; a distinguishing mark or trait. কোনো আকৃতি বা গঢ় যি সঠিকভাৱে চিনাক্তকৰণত সহায় কৰিব পাৰে৷ এটা সুনিৰ্দিষ্ট চিহ্ন৷

Contributed by: Webmaster-II on 2017-10-06
Ref: আধুনিক অসমীয়া শব্দকোষ
3. (Abstract Noun-Neuter) Accomplishments that makes a person suitable for a position or purpose কোনো পদ বা কাৰ্য্যৰ বাবে যোগ্য বিবেচিত হ’বৰ কাৰণে প্ৰয়োজনীয় দক্ষতা