জলধিজলনিধিজা

জলধৰ (Assamese) [ Roman: jo.lo.dhor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) a salt water body that cover the greater part of the earth's surface. পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
English: sea,
Assamese: অকূল, অতল, অব্ধি, অম্বুধি, অম্বুনিধি, অম্বুপ, অম্বুপতি, অম্বুভৃৎ, অম্বুমান, অম্বুৰাশি, অম্বোদ, অম্ভোধি, অৰ্ণৱ, ইন্দুজনক, ইৰাৱত, ইৰাৱান, উদধি, উৰ্মিমালী, কুস্তভ, ক্ষীৰোদ, ক্ষীৰোদধি, ক্ষৌণীপ্ৰাচীৰ, জলধি, জলধৰ, জলাৰণ্য, জলেন্দ্ৰ, জলেশ, জলেশ্বৰ, জয়াধিপ, তিমিকোষ, তোয়ধি, তোয়নিধি, তৱিৰ্ষ, দভ্ৰ, দ্বীপী, ধৰণীপ্লৱ, নদীকান্ত, নীলাম্বু, নীলাম্বুধি, নীৰধি, নীৰনিধি, পুৰণ, প্ৰচেতা, পয়োধি, পয়োনিধি, বাৰিধৰ, বাৰীন্দ্ৰ, বাৰীশ, মকৰাকৰ, মকৰাময়, মহাকচ্ছ, যাদঃপত, যাদসাম্পতি, সমুদ্ৰ, সাগৰ, সিন্ধু, সৰিৎপতি, সৰ্পি, হিৰণ্যদ, ৰত্নগৰ্ভ, ৰত্নগৰ্ভা, ৰত্নাকৰ,
Bodo: लैथो,
Mising: ga:né,
Khasi: duriaw,
Meeteilon: epaak, samudra,
Bishnupriya Manipuri: সাগর,
Karbi: talo,
Kok-Borok: twibom,
Hmar: tuipui,
Nagamese: dangor-pani, hagor, homudro, sagor,
Dimasa: dimang,
Tai: টা লে,
Bangla: সমুদ্র, সমুদ্ৰ, সাগর,
Rabha: চিজিম্‌ৰি, ছিমান্‌দি

Different POS:

a. Proper Adj.: marine, maritime, nautical, সমুদ্ৰজ, সমুদ্ৰজাত...

Higher Magnitude:

b. Abstract Noun: ocean, কুপাৰ, কূপাৰ, পাৰাবাৰ, বাৰিধি...

Sub Idea:

c. Common Noun-Neuter: bay, gulf, উপসাগৰ, लैथोसा, ka kdong...

Contributed by: Bikram M Baruah on 2007-11-27
2. (Material Noun-Neuter) a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টি