tallwoodTalo-a-langbi

talo (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2009-01-19
1. Geology(Abstract Noun) the vast body of salt water that covers almost three fourths of the earth's surface ভূ-পৃষ্ঠৰ প্ৰায় তিনি-চতুৰ্থাংশ আৱৰি থকা লুণীয়া পানীৰ বিশাল জলৰাশি

Contributed by: Caroline Kropi on 2010-02-25
2. (Material Noun-Neuter) a salt water body that cover the greater part of the earth's surface. পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
English: sea,
Assamese: অকূল, অতল, অব্ধি, অম্বুধি, অম্বুনিধি, অম্বুপ, অম্বুপতি, অম্বুভৃৎ, অম্বুমান, অম্বুৰাশি, অম্বোদ, অম্ভোধি, অৰ্ণৱ, ইন্দুজনক, ইৰাৱত, ইৰাৱান, উদধি, উৰ্মিমালী, কুস্তভ, ক্ষীৰোদ, ক্ষীৰোদধি, ক্ষৌণীপ্ৰাচীৰ, জলধি, জলধৰ, জলাৰণ্য, জলেন্দ্ৰ, জলেশ, জলেশ্বৰ, জয়াধিপ, তিমিকোষ, তোয়ধি, তোয়নিধি, তৱিৰ্ষ, দভ্ৰ, দ্বীপী, ধৰণীপ্লৱ, নদীকান্ত, নীলাম্বু, নীলাম্বুধি, নীৰধি, নীৰনিধি, পুৰণ, প্ৰচেতা, পয়োধি, পয়োনিধি, বাৰিধৰ, বাৰীন্দ্ৰ, বাৰীশ, মকৰাকৰ, মকৰাময়, মহাকচ্ছ, যাদঃপত, যাদসাম্পতি, সমুদ্ৰ, সাগৰ, সিন্ধু, সৰিৎপতি, সৰ্পি, হিৰণ্যদ, ৰত্নগৰ্ভ, ৰত্নগৰ্ভা, ৰত্নাকৰ,
Bodo: लैथो,
Mising: ga:né,
Khasi: duriaw,
Meeteilon: epaak, samudra,
Bishnupriya Manipuri: সাগর,
Karbi: talo,
Kok-Borok: twibom,
Hmar: tuipui,
Nagamese: dangor-pani, hagor, homudro, sagor,
Dimasa: dimang,
Tai: টা লে,
Bangla: সমুদ্র, সমুদ্ৰ, সাগর,
Rabha: চিজিম্‌ৰি, ছিমান্‌দি

Different POS:

a. Proper Adj.: marine, maritime, nautical, সমুদ্ৰজ, সমুদ্ৰজাত...

Higher Magnitude:

b. Abstract Noun: ocean, কুপাৰ, কূপাৰ, পাৰাবাৰ, বাৰিধি...

Sub Idea:

c. Common Noun-Neuter: bay, gulf, উপসাগৰ, लैथोसा, ka kdong...