জিতাত্মাজিতিকু

জিতি (Rabha) [ Roman: ji.ti]
Contributed by: Pranati Rabha on 2021-12-30
1. Reptile(Common Noun-Common &/or Masculine) Any of various small chiefly tropical and usually nocturnal insectivorous terrestrial lizards typically with immovable eyelids. This is a common species associated with human habitation, in both rural and urban areas. Mainly nocturnal, by day it may still be active under the eaves of buildings, huts and other man-made structures. গুঁইৰ নিচিনা ঘৰৰ চাল বেৰ আদিত থকা এবিধ ক্ষুদ্ৰ সৰিসৃপ জন্তু | সাধাৰণতে নিশাচৰ যদিও দিনটো ইহঁতক চাল, টিন আদিৰ তলত ঘূৰি ফুৰা দেখা যায় |

জিতি (Deori) [ Roman: ji.ti]
Contributed by: Harshita Hazarika on 2022-10-21
2. Astronomy(Material Noun-Neuter) A self-luminous celestial body consisting of a mass of gas held together by its own gravity in which the energy generated by nuclear reactions in the interior is balanced by the outflow of energy to the surface নিজৰ মহাকৰ্ষণ বলৰ জৰিয়তে একত্ৰ কৰি ৰখা গেছেৰে গঠিত নিজা পোহৰ থকা এক মহাজাগতিক বস্তু, যি তাৰ অভ্যন্তৰত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা উত্পন্ন হোৱা শক্তি আৰু পৃষ্ঠলৈ বাহিৰ কৰি দিয়া শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰে ৷