টনা-আঁজোৰাটনাটনি

টনা-টনি (Assamese) [ Roman: tona-toni]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
1. (Abstract Noun) the state of having less than what is needed or required. প্ৰয়োজনতকৈ বা লগাতকৈ কম থকা অৱস্থা৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-18
2. (Abstract Noun) a situation of conflict between two groups or people কোনো বস্তুক লৈ দুটা দলৰ মাজত হোৱা কাজিয়া