deficiencydefile
deficit (English) [ IPA: ˈdefəsət ASM: ডেফিচিট]
1. (Abstract Noun) the state of having less than what is needed or required.
প্ৰয়োজনতকৈ বা লগাতকৈ কম থকা অৱস্থা৷

Ref: চন্দ্ৰকান্ত অভিধান
2. (Verb-Intran.) to become less in numbers or quantity than what is needed or required
যিমান প্ৰয়োজন তাতকৈ সংখ্যাত বা পৰিমাণত হ্ৰাস হোৱা

3. (Abstract Noun) the state of being in negative balance.
ঋণাত্মক অৱশেষ হাতত থকা অৱস্থা।