ববচাববায়ব

ববলা-লেপেদুৰ (Deori) [ Roman: bo.bo.la.le]
Contributed by: Himasri Das on 2023-02-07
1. (Abstract Noun) an area of the sky through which the sun, moon and most of the planets appear to move, divided into twelve equal parts, each with a name and symbol, and each connected with an exact time of year: আকাশৰ এটা এলেকা, য`ত সূৰ্য্য, চন্দ্ৰ আৰু প্ৰায়বিলাক গ্ৰহে বিচৰণ কৰে। ইয়াক ১২ টা সমান ভাগত ভাগ কৰি প্ৰতিটো ভাগৰ একোটা নাম দিয়া আছে আতু প্ৰতিটো ভাগেই বছৰৰ এক নিৰ্দ্দিষ্ট সময়ৰ সৈতে জড়িত।