ৰাম্পাৰৰাশিকৃত

ৰাশি (Assamese) [ Roman: ra.xi]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-17
1. (Abstract Noun) a word or symbol, or a combination of words or symbols, used in counting or in noting a total. গণনা কৰিবলৈ বা মুঠ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা এক শব্দ বা চিহ্ন, বা দুয়ো একেলগে

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-17
2. (Abstract Noun) an area of the sky through which the sun, moon and most of the planets appear to move, divided into twelve equal parts, each with a name and symbol, and each connected with an exact time of year: আকাশৰ এটা এলেকা, য`ত সূৰ্য্য, চন্দ্ৰ আৰু প্ৰায়বিলাক গ্ৰহে বিচৰণ কৰে। ইয়াক ১২ টা সমান ভাগত ভাগ কৰি প্ৰতিটো ভাগৰ একোটা নাম দিয়া আছে আতু প্ৰতিটো ভাগেই বছৰৰ এক নিৰ্দ্দিষ্ট সময়ৰ সৈতে জড়িত।