ক্ৰান্তিকাৰীক্ৰান্তীয়

ক্ৰান্তিবৃত্ত (Assamese) [ Roman: kran.ti.brit.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-11
1. (Abstract Noun) an area of the sky through which the sun, moon and most of the planets appear to move, divided into twelve equal parts, each with a name and symbol, and each connected with an exact time of year: আকাশৰ এটা এলেকা, য`ত সূৰ্য্য, চন্দ্ৰ আৰু প্ৰায়বিলাক গ্ৰহে বিচৰণ কৰে। ইয়াক ১২ টা সমান ভাগত ভাগ কৰি প্ৰতিটো ভাগৰ একোটা নাম দিয়া আছে আতু প্ৰতিটো ভাগেই বছৰৰ এক নিৰ্দ্দিষ্ট সময়ৰ সৈতে জড়িত।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-22
2. (Abstract Noun) the apparent annual path of the sun in the heavens. ৰাশি-চক্ৰৰ মাজত সূৰ্য্যৰ বাৰ্ষিক গতিপথ।