বিসপ্ৰসূনবিসম্বাদী
বিসম্বাদ (Assamese) [ Roman: bi.xom.bad]
Contributed by: Biraj Kumar Kakati on 2008-03-06
English: altercation, brabble, conflict, discord, dispute, feud, fray, quarrel, spat, wrangle,
Assamese: অঁৰিয়া-অঁৰি, উখনা-উখনি, উত্তৰা-উত্তৰি, কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেঁচাল, কোঁহ-কাল, কৌটাল, খকন্দ, খকা-খুন্দা, খেটমেট, খেটেং-মেটেং, খোৱা-কামোৰা, খৰিয়াল, ঘণ্টক, ঠোঁটা-মোজা, তৰ্কাতৰ্কি, দন-হাই, দন্দ, দন্দ-বান্দ, দ্বন্দ, দ্বন্দ খৰিয়াল, দ্বন্দ্ব, বাক-বিতণ্ডা, বাক্কলহ, বাদ-বিবাদ, বাদ-বিসম্বাদ, বাবতি, বিপ্ৰলম্ভ, বিবাদ, বিসংবাদ, বিসম্বাদ, বিৱাদ, বোলা-বুলি, মনান্তৰ, হাই-কন্দল, হেঁকেচ্-কেচ্, হেঁকেৰ্-পেকেৰ্,
Bodo: दावराव-दावसि,
Mising: pamin ge:min,
Khasi: ka jingialeh,
Garo: gam.e jegrikani, gesea, ingrika, jegrika,
Hmar: insêl,
Nagamese: kajia, kakra, zagra,
Dimasa: nam, namu-kurmu,
Tai: খাম্ থিঙ্,
Hindi: कलह,
Nepali: कल, कलह, झगडा, बिबाद,
Rabha: হাল্লা
b. Abstract Noun: controversy, dissent, variance, ঐয়া-হৈয়া, দ্বিমত...
c. Abstract Noun: affray, brawl, conflict, fight, অঁৰিয়া-অঁৰি...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-10
বিসম্বাদ (Assamese) [ Roman: bi.xom.bad]
Contributed by: Biraj Kumar Kakati on 2008-03-06
Ref: জ্যোতি দ্বিভাষিক অভিধান
1. (Abstract Noun) A state or act of enmity for political, economic, or social reasons usually without physical violence. ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।Assamese: অঁৰিয়া-অঁৰি, উখনা-উখনি, উত্তৰা-উত্তৰি, কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেঁচাল, কোঁহ-কাল, কৌটাল, খকন্দ, খকা-খুন্দা, খেটমেট, খেটেং-মেটেং, খোৱা-কামোৰা, খৰিয়াল, ঘণ্টক, ঠোঁটা-মোজা, তৰ্কাতৰ্কি, দন-হাই, দন্দ, দন্দ-বান্দ, দ্বন্দ, দ্বন্দ খৰিয়াল, দ্বন্দ্ব, বাক-বিতণ্ডা, বাক্কলহ, বাদ-বিবাদ, বাদ-বিসম্বাদ, বাবতি, বিপ্ৰলম্ভ, বিবাদ, বিসংবাদ, বিসম্বাদ, বিৱাদ, বোলা-বুলি, মনান্তৰ, হাই-কন্দল, হেঁকেচ্-কেচ্, হেঁকেৰ্-পেকেৰ্,
Bodo: दावराव-दावसि,
Mising: pamin ge:min,
Khasi: ka jingialeh,
Garo: gam.e jegrikani, gesea, ingrika, jegrika,
Hmar: insêl,
Nagamese: kajia, kakra, zagra,
Dimasa: nam, namu-kurmu,
Tai: খাম্ থিঙ্,
Hindi: कलह,
Nepali: कल, कलह, झगडा, बिबाद,
Rabha: হাল্লা
Related Idea:
a. Abstract Noun: argument, debate, তৰ্ক, তৰ্ক-যুদ্ধ, যুক্তি-তৰ্ক...b. Abstract Noun: controversy, dissent, variance, ঐয়া-হৈয়া, দ্বিমত...
c. Abstract Noun: affray, brawl, conflict, fight, অঁৰিয়া-অঁৰি...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-10
2. (Abstract Noun) prolonged argument or dispute. কোনো বিষয়ত হোৱা মতৰ অমিল|