ৰমণ (Assamese) [ Roman: ro.mon]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-13
1. (Verbal Noun) The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur. পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
English:
Assamese:
Garo:
Meeteilon:
Dimasa:
Different POS:
a. Verb-Trans.: copulateগড় খামৈথুন কৰ্যৌনসঙ্গম কৰ্ৰহ খা...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
2. (Abstract Noun) a strong or extravagant fondness, enthusiasm, or desire for anything কিহবাৰ প্ৰতি এক তীব্ৰ বা অতিমাত্ৰা ভাল লগা ভাৱ, উছাহ বা আগ্ৰহ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-22
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
3. Religious-Mythological(Proper Noun-Masculine) Hindu god of love and erotic desire. হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷Assamese:
অঙ্গজ অজ অতনু অনংগ অনঙ্গ অনন্যজ ইষ্ম ঈষ্ম কঞ্জন কন্দৰ্ কন্দৰ্প কাম কামদেৱ কিংকিৰ কুসুম চাপ কুসুমকাৰ্মুক কুসুমধনু কুসুমায়ূধ জৰাভীৰু তিথ দীপক দৰ্পক পুষ্পকেতন পুষ্পকেতু প্ৰদ্যুম্ন বিশ্বকেতু মকৰকেতন মকৰকেতু মকৰধ্বজ মদ মদন মধুদিপ মধুদীপ মনসিজ মনোজ মনোভূ মনোভৱ মন্নথ মন্মথ মাৰ মীনকেতন মীনধ্বজ শম্বৰাৰি স্মৰ ৰতিকান্ত ৰতিপতি ৰম ৰমণ ৰুদ্ৰাৰি
Bodo: