মায়া (Assamese) [ Roman: ma.ya]
    Contributed by: Panchalika on 2006-07-15
    1. (Abstract Noun) an invisible force that brings things together একাধিক বস্তুক একত্ৰিত কৰা এক অদৃশ্য শক্তি

    মায়া (Bangla)
    Contributed by: Sushanta Kar on 2010-09-05
    2. (Proper Adj.-Common &/or Masculine) of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy. বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
    Assamese:
    অক্ৰূৰ উচ্চমনা উচ্চহৃদয় উচ্চাশয় উদাৰ উদাৰচিতীয়া উদাৰচিত্ত উদাৰচেতা উদাৰমতি উদাৰমনা উদাৰহৃদয় ওখ মনৰ কাৰুণিক কৃপানিধি কৃপাময় কৃপাল কৃপালু কৃপাশীল কৃপাসিন্ধু কৃপাৰ সাগৰ কৃপাৱন্ত কৃপাৱান কৰুণানিধান কৰুণানিধি কৰুণাভিৰাম কৰুণাময় কৰুণাসাগৰ চেনেহুৱা ত্যাগবীৰ ত্যাগশীল ত্যাগী দানবীৰ দানশীল দানী দয়নুold দয়ানিধি দয়ান্বিত দয়াপৰৱশ দয়াময় দয়াল দয়ালু দয়াশীল দয়াৱন্ত দয়াৱান প্ৰশস্তচিত্ত প্ৰশস্তহৃদয় প্ৰেমৱন্ত বদান্য বহল মনৰ বৎসল ভব্য মনস্বী মনুষ্যোচিত মহদাশয় মহানুভৱ মহাপ্ৰাণ মহামতি মহাশয় মহোদয় মহৎ মানবীয় মানুষিক মানৱসুলভ মানৱিক মানৱীয় মানৱোচিত মুক্তহস্ত মৰমিয়াল সদয় সহৃদয় স্নেহান্বিত হুনতি ৰহমান ৰহিম
    Khasi:
    Mizo (Lushai):
    TAI-Turung:
    Singpho:

    Antonyms:

    a. Proper Adj.: abusiveatrociousbarbaricbarbarousbestial...
    b. Proper Adj.-Common: inhumanঅমানবীয়অমানুষিকঅমানুষীমনুষ্যত্বহীন...

    Different POS:

    c. Adverb: kindlyকৃপা কৰিদয়া কৰিअननाय गोनांम`द`द...
    d. Abstract Noun: benevolenceclemencyfavorfavourgenerosity...
    e. Abstract Noun: affectionintimacyloveromanceঅনুৰতি...

    মায়া (Deori) [ Roman: ma.ya]
    Contributed by: Himasri Das on 2023-02-13
    3. (Abstract Noun) A deep, tender, ineffable feeling of affection and solicitude toward a person কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি
    Contributed by: Himasri Das on 2023-02-13
    4. (Abstract Noun) a strong or extravagant fondness, enthusiasm, or desire for anything কিহবাৰ প্ৰতি এক তীব্ৰ বা অতিমাত্ৰা ভাল লগা ভাৱ, উছাহ বা আগ্ৰহ
    Contributed by: Himasri Das on 2023-02-13
    5. (Verbal Noun) the act of taking possession of something by authority কৰ্ত্তৃত্বশীলভাৱে কোনো সম্পত্তি লৈ লোৱা কাৰ্য্য