ajon (Mising) [ Roman: a.jon]
    Contributed by: Himasri Das on 2022-12-04
    1. (Abstract Noun) the presence of friends, partners & family members around ওচৰত বন্ধু-বান্ধৱ, সহযোগী আৰু পৰিয়ালৰ লোকৰ উপস্থিতি
    Contributed by: প্রনৱ দলে on 2008-10-24
    2. (Common Noun-Masculine) a person whom one knows, likes, and trusts যি ব্যক্তিক ভাল দৰে জনা যায়, ভাল পোৱা যায় আৰু বিশ্বাস কৰা হয়

    ajon (Karbi)
    Contributed by: Sarthe Teron Milik (ছাৰ্থে টেৰন মিলিক) on 2014-05-01
    3. (Common Noun-Common) the name that a person has in common with other family members এজন ব্যক্তিৰ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে থকা উমৈহতীয়া নাম
    Contributed by: Sarthe Teron Milik (ছাৰ্থে টেৰন মিলিক) on 2014-09-20
    4. (Abstract Noun) a group of families related to each other, a large family পাৰস্পৰিক সম্বন্ধ থকা পৰিয়াল সমূহৰ এটা গোট বা ডাঙৰ পৰিয়াল