गोख्रै (Bodo) [ Roman: gw.khrwi]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Karishma Boro on 2023-04-14
b. Abstract Noun: expeditionhastequicknessspeedগতি...
1. (Adverb) (a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed. অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
Assamese:
কোবাকুবিকৈ কোবেৰে ক্ষিপ্ৰতাৰে ক্ষিপ্ৰবেগে ক্ষিপ্ৰভাৱে খপ কৰে খপ্জপকৈ খপৰাই খৰকৈ খৰখেদাকৈ খৰধৰকৈ ঘপহ কৰে চোঁত কৰে চোঁতকৈ জাণ্টে ঝাণ্টে টপাটপ টপৰাই ততাতৈয়াকৈ ততাভুকুতাকৈ তাৎক্ষণিকভাৱে তৌ তৌ কৰে ত্বৰিতে তৎকালতে তৎকালীনভাৱে তৎকালে তৰাতাৰি থিয়ৈ-থিয়ৈ দৌৰা-দৌৰিকৈ দ্ৰুতবেগে দ্ৰুতভাৱে দৰদৰি পটকৈ পটাপট পট্ পট্ কৰে পলকতে বায়ুবেগে বেগতে বেগাই বেগাবেগিকৈ বেগেতাই বেগেৰে লৌ-লৌ কৰে লৰা-ঢপৰাকৈ লৰালৰিকৈ লৰি-ঢাপৰি সতকাই সত্বৰে সাউত কৰে সাউতকৈ সোঁ-সোঁ কৰে সোঁ-সোঁৱাই সোনকালে হিল-দ’ল ভাঙি হুৰমুৰকৈ হুৰমুৰাই হুৰমূৰকৈ
Garo:
Dimasa:
Hindi:
Santali:
TAI-Khamti:
Singpho:
Adi Bokar:
Sonowal Kachari:
Different POS:
a. Proper Adj.: agilefastnimblequickquickly...b. Abstract Noun: expeditionhastequicknessspeedগতি...
Related Idea:
c. Adverb: forthwithimmediatelyinstantlyjiffysoon...Contributed by: Karishma Boro on 2023-03-29
2. (Adverb) within a short period after a given event. কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
English:
Assamese:
অচিৰতে অচিৰাৎ অচিৰে অচিৰেই অনতিপলমে অনতিবিলম্বে অনন্তৰ অবিলম্বে আশু এতিক্ষণে এতিয়াই ক্ষন্তেকতে গপাতকে bo চকুৰ পচাৰতে চমিকি জটৰাই জান্তে ততালিকে তত্কালতে তত্কালে তদ্দণ্ডে তাৎক্ষণিক তিন-তিলিকতে তিন্টলকতে তিলিকতে তুৰন্তে তেতিক্ষণে তেতিয়াই তৎকালিক তৎকালীন তৎক্ষণাৎ তৎমুহূৰ্ততে থিতাতে থিতাদহে দপাটকৈ নিমিষতে পচাৰতে পোনছাটে পোনছাটেই পোনদাহে বিদ্যুৎ-সঞ্চাৰে বেগতে বেগেতে ভʼউতকে bo মাত্ৰকে মাত্ৰেই মুহূৰ্ততে লগে লগে শীঘ্ৰে সতৰাই সোনকালে হাতে হাতে
Nagamese:
TAI-Ahom:
Adi Bokar:
Sonowal Kachari:
Related Idea:
a. Adverb: hastilyquicklyrapidlyspeedilyswiftly...Contributed by: Karishma Boro on 2023-06-25
3. (Abstract Noun) The act or practice of abstaining from or eating very little food খাদ্য নোখোৱাকৈ থকা কাৰ্য্য|
Contributed by: Karishma Boro on 2023-06-25
4. (Verb-Intran.) to abstain from or to eat very little food খাদ্য নোখোৱাকৈ অথবা অতি কম পৰিমাণৰ খাদ্য খাই থাক্