push (English) [ IPA: ˈpʊʃ ASM: পুচ]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-29
    1. (Verb-Trans.) to force sth away from oneself শক্তিৰে কোনো বস্তুক নিজৰ পৰা দূৰলৈ আঁতৰাই দে
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
    2. (Verb-Trans.) push forward by the hand on the back of the neck গলধনত ধৰি হাতেৰে আগলৈ ঠেলা মাৰ