N.E. (English) [ IPA: N.E. ASM: এন.ই]
Contributed by: Bikram M Baruah on 2009-12-20
1. Place(Abstract Noun) The group of Indian states east of West Bengal, separated by the 32 km wide Bagdogra-Siliguri `neck` from rest of India - Assam, Arunachal Pradesh, Nagaland, Manipur, Mizoram, Tripura, Meghalaya and now Sikkim. দেশৰ বাকী অংশৰ পৰা ৩২ কিলোমিটাৰ বহল বাগদোগ্ৰা-শিলিগুড়ি অঞ্চলৰ এক ঠেক ভূ-খণ্ডই পৃথক কৰা পশ্চিম বঙ্গৰ পূৱদিশত অৱস্থিত ভাৰতীয় ৰাজ্যসমূহ - অসম, অৰুণাচল প্ৰদেশ, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু চিকিম
English:
Assamese:
Bodo:
Meeteilon:
ne (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-02-08
2. (Pronoun-Common) refers to the speaker himself/herself. বক্তাজনে তেওঁকে/তাইকে (নিজকে) বুজোৱা শব্দ|
Contributed by: DIPAK TUMUNG on 2008-02-08
3. (Pronoun-Common) refers things items owned by oneself নিজৰ স্বত্তাধিকাৰ থকা সমাগ্ৰী বুজোৱা বিশেষণ
Contributed by: Mridugunjana Shivam on 2024-12-01
4. (Pronoun-Common) Of self; the word used by a speaker or writer when referring to himself. নিজৰ; বক্তা অথবা লেখকে নিজক বুজাবলৈ ব্যৱহাৰ কৰা সম্বোধন৷