varnish (English) [ IPA: ˈvɑrnɪʃ ASM: বাৰ্নিচ]
Contributed by: Partha P Sarmah on 2011-09-25
b. Abstract Noun: artificemazerusetrickwile...
1. (Abstract Noun) the act of fooling others by using dishonest method অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
Assamese:
কপটতা কপটালি কপট্ কূটকৰ্ম কূটিলতা চহলা চালনা চোক ছল ছল-চাতুৰী ছলন ছলহা জুৱাচুৰি টাং-টালী টাংটিঙ্গালি টাবুৰি-ভাবুৰি টালি-বাজি ঠগন ঠগবাজি ঠগামী ঢাকলি তঞ্চকতা তঞ্চকি দলভ দুৰ্জন ধূৰ্ত্তালি প্ৰতাৰ প্ৰতাৰণা প্ৰবঞ্চনা ফাঁকি ফাঁকি-ফুকা ফাং ফাং-বাজী ফাকতি-ফুকুতা বঞ্চ বঞ্চনা বাগি-বুগা বিড়ম্বন বিড়ম্বনা ভণ্ডামি ভণ্ডালি লেংমৰা শঠ
Khasi:
Garo:
Hmar:
Dimasa:
Hindi:
Deori:
Different POS:
a. Verb-Trans.: cheatdeceivedupehoodwinktrick...b. Abstract Noun: artificemazerusetrickwile...
Related Idea:
c. Proper Adj.-Common: cunningdeceitfulvulpineকুটবুদ্ধিখলুৱা...Contributed by: Bikram M Baruah on 2010-06-07
2. (Material Noun-Neuter) Light to dark brown protective layer on wooden furniture. কাঠৰ আচবাবৰ ওপৰত প্ৰয়োগ কৰা পাতল বা ঘন মুগা বৰণৰ প্ৰলেপ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-20
Ref: চন্দ্ৰকান্ত অভিধান
3. (Verb-Trans.) to cover with a coating (of lac) to give a glossy appearance ওপৰত লা লগাই চকচকীয়া কৰ্ বা হেঙুল-হাইতালেৰে বোলাই দে