টাং-টালী (Assamese) [ Roman: tang-ta.li]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-08-10
1. (Proper Adj.-Common) A person who has lied or who lies repeatedly. মিছা কথা কোৱা মানুহ ৷
Contributed by: Anjali Sonowal on 2010-05-25
b. Abstract Noun: artificemazerusetrickwile...
2. (Abstract Noun) the act of fooling others by using dishonest method অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
Assamese:
কপটতা কপটালি কপট্ কূটকৰ্ম কূটিলতা চহলা চালনা চোক ছল ছল-চাতুৰী ছলন ছলহা জুৱাচুৰি টাং-টালী টাংটিঙ্গালি টাবুৰি-ভাবুৰি টালি-বাজি ঠগন ঠগবাজি ঠগামী ঢাকলি তঞ্চকতা তঞ্চকি দলভ দুৰ্জন ধূৰ্ত্তালি প্ৰতাৰ প্ৰতাৰণা প্ৰবঞ্চনা ফাঁকি ফাঁকি-ফুকা ফাং ফাং-বাজী ফাকতি-ফুকুতা বঞ্চ বঞ্চনা বাগি-বুগা বিড়ম্বন বিড়ম্বনা ভণ্ডামি ভণ্ডালি লেংমৰা শঠ
Khasi:
Garo:
Hmar:
Dimasa:
Hindi:
Deori:
Different POS:
a. Verb-Trans.: cheatdeceivedupehoodwinktrick...b. Abstract Noun: artificemazerusetrickwile...