आनदि (Bodo) [ Roman: an.di]
    Contributed by: Bhadra Brahma on 2025-04-15
    1. Biology(Material Noun-Neuter) the fluid that circulates in the principal vascular system of human beings and other vertebrates, in humans consisting of plasma in which the red blood cells, white blood cells, and platelets are suspended মানুহ আৰু অন্য মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সঞ্চালন তন্ত্ৰৰ মাজেদি প্ৰৱাহিত জুলীয়া পদাৰ্থ; মানুহৰ ক্ষেত্ৰত ই প্লাজমাৰ দ্বাৰা গঠিত, য’ত লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকা বিলাক ওপঙি থাকে ৷