খালি (Assamese) [ Roman: kha.li]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-18
    1. (Material Noun-Neuter) a deep plate made from the sheath of a banana tree. নামঘৰত জলপান খাবৰ কাৰণে ব্যৱহাৰ কৰা কল পটুৱাৰ এবিধ দ-পাত্ৰ ৷

    খালি (Bangla)
    Contributed by: Sushanta Kar on 2011-02-13
    2. (Proper Adj.-Neuter) Not filled or occupied ভৰি থকা নাই বা ঠাই অধিকাৰ কৰা নাই