তঙাল (Assamese) [ Roman: to.ngal]
    Contributed by: Biraj Kumar Kakati on 2008-08-13
    1. (Material Noun-Neuter) a strip of green bamboo used as a string. জৰীৰ দৰে ব্যৱহৃত আপঁইতা বাঁহৰ কাঠী ৷

    Example Sentences:

    1. ধান বান্ধিবৰ বাবে দেউতাই তঙাল তুলাইছে।

    তঙাল (Bishnupriya Manipuri) [ Roman: tangal]
    Contributed by: Anjali Sonowal on 2008-09-24
    2. (Proper Adj.-Neuter) Not the same as another or each other; unlike in nature, form, or quality. এটাৰ আনটোৰ লগত চৰিত্ৰ, গুণা-গুণ, বা অৱয়বৰ মিল নথকা ৷