সুকীয়া (Assamese) [ Roman: xu.ki.ya]
    adv: সুকীয়াকৈ
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-03
    1. (Proper Adj.-Neuter) Not the same as another or each other; unlike in nature, form, or quality. এটাৰ আনটোৰ লগত চৰিত্ৰ, গুণা-গুণ, বা অৱয়বৰ মিল নথকা ৷
    2. (Proper Adj.-Common) being or standing or kept apart from the rest বাকী বিলাকৰ পৰা আঁতৰি থকা বা আঁতৰাই ৰখা